letras.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

letra de dhulixona (feat. ipsita bharali) - abhi saikia

Loading...

পৃথিৱী জিকী-মিকি
শুকুলা পোহৰে কৰেহি
চিতিকি পৰিবহি
তৰাৰ চিয়াঁহী মনোৰঙী
জোনে মুঠি মাৰিছে
মনকে অ’ নিশা
উকা কৰি উৰেটো
ৰাতিতে জী উঠা

ধুলিসনা
জোনাকৰে
আচলতে কি ৰহণ
দোমোজাতে
ৰিঙীয়ালে
সমিৰৰে আভৰণ
ধুলিসনা
জোনাকৰে
আচলতে কি ৰহণ
দোমোজাতে
ৰিঙীয়ালে
সমিৰৰে আভৰণ

হুঁম হুঁম হুঁম
হুঁম হুঁম হুঁম

কেকুৰী আছুতীয়া
বোৱতী নদীৰ নীলিমা
সৰকি আধৰুৱা
বৰষা টোপালে সজোৱা
চকু মেলি চোৱানা
নিজানে কি পোৱা
হাঁহি দিয়া গোপনে
জোনাকী পৰুৱা

ধুলিসনা
জোনাকৰে
আচলতে কি ৰহণ
দোমোজাতে
ৰিঙীয়ালে
সমিৰৰে আভৰণ
ধুলিসনা
জোনাকৰে
আচলতে কি ৰহণ
দোমোজাতে
ৰিঙীয়ালে
সমিৰৰে আভৰণ

letras aleatórias

MAIS ACESSADOS

Loading...