letra de ene lage - shankuraj konwar
এনে লাগে তোমাক চালে
সময় থমকি ৰয়
এনে লাগে তুমি সলনি হলে
ঋতু সলনি হয়
এনে লাগে তুমি নহলে
সপোন সপোন হৈ ৰয়
এনে লাগে তোমাক পালে
মৰম নৈ হৈ বয়
কুঁৱলিৰে সনা সেমেকা পুৱা
একাঁজলি ৰ’দ তুমিয়েই জানা
তুমিয়েই তো দূৰ অসীমৰ
নীলা আকাশৰ ৰঙা বগা থূপ ডাৱৰৰ
এনে লাগে
এনে লাগে
এনে লাগে
দে না না না
দে না না না
দে না না না (গা ৰে গা পা গা ৰে সা নি)
দে না না না
দে না না না (গা ৰে গা পা গা ৰে সা নি)
দে না না না (গা ৰে গা পা গা ৰে সা নি)
দে না না না (গা ৰে গা পা গা ৰে সা নি)
দে না না না (গা ৰে গা পা গা ৰে সা নি)
আশা কৰা দিনবোৰ তোমাৰ সৈতে
বুকু দুৰু দুৰু তোমাৰ বাবে
তোমাৰেই ভাৱনাত নাজানো দিন-ৰাতি
কেতিয়া পুৱা হয় কেতিয়া আবেলি
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে (এনে লাগে)
এনে লাগে (এনে লাগে)
এনে লাগে (এনে লাগে)
এনে লাগে (এনে লাগে)
এনে লাগে, এনে লাগে
এনে লাগে, এনে লাগে
এনে লাগে, এনে লাগে
letras aleatórias
- goapele › letra de strong as glass - goapele
- bill frisell › letra de i heard it through the grapevine - bill frisell
- chakuza › letra de leaving las vegas - chakuza
- kwon tree › letra de 노래가 필요할 때 (when you need a song) - kwon tree
- dom pachino › letra de you're something else - dom pachino
- frankie negron › letra de lento (versión pop) - frankie negrón
- u2 › letra de even better than the real thing - u2
- frank knight › letra de homicide the truth - frank knight
- the showman houdeeeni › letra de luck - the showman houdeeeni
- rappy mcrapperson › letra de aflockaliptic flapture - rappy mcrapperson