letra de ene lage - shankuraj konwar
এনে লাগে তোমাক চালে
সময় থমকি ৰয়
এনে লাগে তুমি সলনি হলে
ঋতু সলনি হয়
এনে লাগে তুমি নহলে
সপোন সপোন হৈ ৰয়
এনে লাগে তোমাক পালে
মৰম নৈ হৈ বয়
কুঁৱলিৰে সনা সেমেকা পুৱা
একাঁজলি ৰ’দ তুমিয়েই জানা
তুমিয়েই তো দূৰ অসীমৰ
নীলা আকাশৰ ৰঙা বগা থূপ ডাৱৰৰ
এনে লাগে
এনে লাগে
এনে লাগে
দে না না না
দে না না না
দে না না না (গা ৰে গা পা গা ৰে সা নি)
দে না না না
দে না না না (গা ৰে গা পা গা ৰে সা নি)
দে না না না (গা ৰে গা পা গা ৰে সা নি)
দে না না না (গা ৰে গা পা গা ৰে সা নি)
দে না না না (গা ৰে গা পা গা ৰে সা নি)
আশা কৰা দিনবোৰ তোমাৰ সৈতে
বুকু দুৰু দুৰু তোমাৰ বাবে
তোমাৰেই ভাৱনাত নাজানো দিন-ৰাতি
কেতিয়া পুৱা হয় কেতিয়া আবেলি
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে (এনে লাগে)
এনে লাগে (এনে লাগে)
এনে লাগে (এনে লাগে)
এনে লাগে (এনে লাগে)
এনে লাগে, এনে লাগে
এনে লাগে, এনে লাগে
এনে লাগে, এনে লাগে
letras aleatórias
- letra de l'estiu de la disfòria - ginebra martí
- letra de rockstar - slimeroni
- letra de vår sista bön - actred
- letra de nota - 6ix9ine, grupo firme & lenier
- letra de thick as thieves - t.t. quick
- letra de beachland ballroom - glenn tilbrook
- letra de sucia ciudad - foxer (esp)
- letra de the sad story - ben bartley
- letra de psychodelica 2 - hinzy
- letra de delorean - cece vee