letras.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

letra de murchona (cover) - priyankush jyoti bora

Loading...

সাতোঁ ৰং সনা
মোৰে কল্পনা
সুৰৰে নদী সাগৰলৈ বয়
গায় বন্দনা
তুমি মূৰ্ছনা
যদিও বিলম্বিত লয়

সাতোঁ ৰং সনা
মোৰে কল্পনা
সুৰৰে নদী সাগৰলৈ বয়
গায় বন্দনা
তুমি মূৰ্ছনা
যদিও বিলম্বিত লয়
নিশাৰ এন্ধাৰে যদিও আৱৰে
পোৱাৰ সুৰুজ পুনৰ আহিব
নৱ চেতনাৰে জ্যোতি প্ৰকাশৰে
আন্ধাৰ আকাশ পোহৰ কৰিব

চেতনাৰ জ্যোতি
চেতনাৰ জ্যোতি

মোৰ সৃষ্ট সুৰে অসুৰ নাশিব
প্রান্তে প্রান্তে সেই সুৰ বাজিব

মোৰ সৃষ্ট সুৰে অসুৰ নাশিব
প্রান্তে প্রান্তে সেই সুৰ বাজিব

মূৰ্ছনা……….মূৰ্ছনা

মনেৰে ভাৱনা হয় জ্যোতি কণা
সূৰ্যমুখীৰ সতে সুৰ সমলয়
পাহৰি বেদনা মনোৰঞ্জনা
জ্যোতিৰ প্ৰয়াসী পৰিচয়

মনেৰে ভাৱনা হয় জ্যোতি কণা
সূৰ্যমুখীৰ সতে সুৰ সমল
পাহৰি বেদনা মনোৰঞ্জনা
জ্যোতিৰ প্ৰয়াসী পৰিচয়
নিশাৰ এন্ধাৰে যদিও আৱৰে
পোৱাৰ সুৰুজ পুনৰ আহিব
নৱ চেতনাৰে জ্যোতি প্ৰকাশৰে
আন্ধাৰ আকাশ পোহৰ কৰিব

চেতনাৰ জ্যোতি
চেতনাৰ জ্যোতি

মোৰ সৃষ্ট সুৰে অসুৰ নাশিব
প্রান্তে প্রান্তে সেই সুৰ বাজিব
মোৰ সৃষ্ট সুৰে অসুৰ নাশিব
প্রান্তে প্রান্তে সেই সুৰ বাজিব

মূৰ্ছনা……….মূৰ্ছনা

letras aleatórias

MAIS ACESSADOS

Loading...