letras.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

letra de tumar babe (তোমাৰ বাবে) - kishore raj narayan patar

Loading...

হয়তো তোমাক পাওঁ বুলিয়েই দুহাত মেলিছিলো
তোমাক পোৱাৰ আশাত প্ৰথম প্ৰেমত পৰিছিলো

অজানা পথেৰে আহি মোক তুমি লৈ গ’লা
অ’ অ’ অ’, অ’ ও অ’ ও অ’!
অজানা পথেৰে আহি তুমি মোক লৈ গ’লা
অ’ অ’ অ’, অ’ ও অ’ ও অ’!

সাৱতি ধৰাৰ মনেৰে
শিতানৰ গাৰুটোক টানিছিলো (তুমি বুলি)

অ’ মনে কিয়যে তোমাক বিচাৰে
অ’ মনে কিয়যে তোমাক বিচাৰে
তোমাৰ বাবেইতো মোৰে সপোন ভাগে
প্ৰতিদিনে তোমাৰে মুখখনি মনলৈ আহে
সেয়ে বিচাৰো তোমাকে প্ৰতিদিনে, প্ৰতিপলে

অ’ অ’ অ’, অ’ ও অ’ ও অ’!
অ’ অ’ অ’, অ’ ও অ’ ও অ’!

letras aleatórias

MAIS ACESSADOS

Loading...