letras.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

letra de eno - steroid.originals

Loading...

verse 1
arrogance নহয় gas মাথো পেটত ঢালোঁ e n o
টাক চিনি নাপায় কোনেও উৰে হাৱাত like a   u f o
u n o reverse মাৰি switch কৰো nintendo
kit kat ল u and hip hop no no no
কোনাই কোনাই rapper ভৰি আছে scene is a m m o
r p g চলাবলৈ আহিল্ আজি steroid
stb ৰু আগত cable ত চাইছিলোঁ spd
let me spell my destiny r a p
গলত তাৰ শক্তি কম lack of iodine
যেতিয়া আইভ দিন, কেলা
ঘূৰাই আনিম pioneers
half of the industry high on d
বাকী বোৰ বহিছে each other’s top of d
পাৰ কৰো ৰাতি দিন কাল্পনিক পৃথিৱীত
যত মই বনিছো শব্দৰ শিপিনী
বাধা বনা বোৰৰ বনিছো বিঘিনী
after steroid they straight go to opd
ocd ৰ ৰোগী সি মোৰ গাণত বিচাৰি নাপাইগে cemetery
are you kidding me ?

verse 2
সপোন হল fade কাৰণ বিচনাত বেছিকৈ আহিছে টোপনি
i don’t need enemies self distraction switch মোৰ বান্ধবী
নিন্দাৰ পাত্ৰ জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰা অভিযাত্ৰীবোৰ
অভিলাখ শব্দটোত লাসে বুজাই তোৰ চেষ্টাৰ সংখ্যা
ভাবে সমাজে তোক অধীন সিহঁতৰ
লাগে জানো পিছে আগ্নেয়গিৰিক সহায় খৰিকাৰ

when i was younger, the eno levels in my lungs were higher
no wondеr why মোৰ উশাহ ছুটি
but i never see it like an obstaclе
actually i ignore it completely
cuz পৰিস্থিতি can change your prospective towards life
and i lied every time when it hurt
the truth is we can’t afford it
thats the lesson and i’m still learning it

letras aleatórias

MAIS ACESSADOS

Loading...