letra de atiyar xomoi - nilotpal bora
Loading...
এন্ধাৰো আহিল
পোহৰো আহিল
মোৰ সুৰ কেনিনো বাগৰিল
পিঠিৰ বিষে উমান দিলে
হেলান দিলেও সময় উৰিল
এতিয়াৰ সময় কেতিয়াও নাহে
নাহে নাহে নাহে মোৰ মন ঘূৰি
আছোঁ ৰৈ তোমালৈ
ৰৈ ৰৈ ৰৈ বাদুলি হৈ
তোমাৰে পদূলি চুমি
তোমাৰ কদম জোপিত
এপিয়লা মদ
আৰু মোৰ উশাহ
চোতাল ভৰি থাকে সুৰ
বকুল সৰা মোৰ বকুল নিশা
জীয়াই থাকে মোক লৈ
দুৱাৰ খুলি
এখোজ দুখোজ
কোন আছে ৰৈ বা ক’ত
এতিয়াৰ সময় কেতিয়াও নাহে
নাহে নাহে নাহে মোৰ মন ঘূৰি
আছোঁ ৰৈ তোমালৈ
ৰৈ ৰৈ ৰৈ বাদুলি হৈ
তোমাৰে পদূলি চুমি
তোমাৰ কদম জোপিত
এন্ধাৰো নামিল
পোহৰো নামিল
মোৰ সুৰে কাকেনো সাৱটিল
পিঠিৰ বিষে উমান দিলে
শুৱৰ সময় মোৰ নাথাকিল
letras aleatórias
- letra de don't touch my car - tornface
- letra de 2020 - adam (ruganje)
- letra de maybe, i'll always be your friend - angel strachy
- letra de 1709 - og buda & гуф (guf)
- letra de living waves - wild wild women
- letra de singing from the windows - dave matthews band
- letra de how i feel - hudson ingram
- letra de 춤추는 우주 (dancing universe) - yoon hyun sang
- letra de the calling void - alekto
- letra de invulnerability - lavalu