letra de deuka - kaysee feat. lateral
Loading...
ডেউকা মেলি মন উৰি যায় khedi endhaar puhraie/
হেৰুৱাই শব্দ nimat tai khyone proti nijoke nisukai/
নিজকে বুজি তাই আগুৱাই/
নিজতেই পৃথিৱী আঁকে তাই/
অস্ত বেলিও য’ত সাৰ পাই/
ত্ৰস্ত মনে মোৰ শান্তি বিচাৰে
চৌদিশে জয়াল/
klanto হিয়াৰে সন্ধ্যাৰাগতে হেৰাই যায়
haauli xure uxah matise
aahe jodi bhangi xongka
gorhi xotta
odhir srosta
biyopise
(বিয়পি পৰি বিষাক্ত সময় মলিন সপোন তাইৰ জুৰুলা
বুকুৰ পাহাৰ খহে বালি হৈ অশ্রুমেঘে আনে তমসা)
ক্ষুধা মনৰ শিখা কৰি অফুৰন্ত হৈ তাই
নিয়ম ভঙাৰ নিয়ম গঢ়ি তৰংগ চুমি যায়
যুগৰ ভাষা নুবুজে মনে
জোৱাৰ অন্তহীন
অচিন ধৰাই মাতে নিৰলে
দিগন্ততে বিলীন
ডেউকা গৰজি সাৰে পায়
পোহৰৰে সুৰো আওৰাই
অস্ত বেলিও য’ত সাৰ পায়
ডেউকা গৰজি সাৰে পায়
পোহৰৰে সুৰো আওৰাই
অস্ত বেলিও য’ত সাৰ পায়
ত্ৰস্ত মনে মোৰ…
letras aleatórias
- letra de de mãos dadas - thiaguinho
- letra de trashtalk - gone_4t07l_3b78
- letra de trade yourself in - dreve
- letra de the day it snows on christmas - allen toussaint
- letra de fools - robin schulz
- letra de welcome to my life - jmax
- letra de the gigatonne beat - nuj4x
- letra de israel - ישראל - eyal golan - אייל גולן
- letra de dio - lahasna
- letra de area 51 - bladee & thaiboy digital