letra de mary's song - joii foxx
Loading...
লাহে লাহে বাঢ়ে
হেঁপাহ মনৰ
কলি মেলি ফুলে
এপাহ
উৰি উৰি গোটায়
খেৰ-কুটা
পক্ষীয়ে সাজে এটি
বাহ
লিখি লিখি বহীৰ পাতত
উত্তৰ জীৱন গঢ়াৰ
সেয়ে নেকি সফলতা
কোৱা
কোৱানা
কোৱানা
কোৱানা
খোজে খোজে বাধা
বাধা ভাঙি আহা
চুমা সপোনৰ সীমনা
যদি আছে আশা
যদি আছে ভাষা
চিঞৰি জগতক জনোৱা
এটি শ্ৰেণী কোঠা
জীৱন নামৰ
প্ৰতি ভুলে শিকায়
য’ত
সৰু সৰু আশা
আকুল প্ৰাণৰ
তাৰ বাবে সময়
তাকৰ
লিখি লিখি বহীৰ পাতত
উত্তৰ জীৱন গঢ়াৰ
সেয়ে নেকি সফলতা
কোৱা
কোৱানা
কোৱানা
কোৱানা
খোজে খোজে বাধা
বাধা ভাঙি আহা
চুমা সপোনৰ সীমনা
যদি আছে আশা
যদি আছে ভাষা
চিঞৰি জগতক জনোৱা
জানো জানো সময়
নাহে দুনাই
শিল হওঁ কাৰোবালৈ বাটে চায়
অনুভূতি তলানলা বিচাৰি
আঁত বিচাৰি
পাগল উশাহ
পাগল বুকু
পাগল বতাহ
কোৱানা
কোৱানা
কোৱানা
কোৱানা
কোৱানা
letras aleatórias
- letra de devils advocate - ayice
- letra de perdido en el espacio - brujeria
- letra de triste pra sempre - ao vivo - jão
- letra de reject - nil00
- letra de molly in her cup - issa hurt
- letra de did i call at a bad time? - asha imuno
- letra de can i just go? - lucy daydream
- letra de foxy grape - 原因は自分にある。(genin wa jibun ni aru (genjibu))
- letra de crank dat too oppy - sha ek
- letra de adhd - prada desperado