letras.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

letra de bujisilane - ashim akkash

Loading...

assamese

(তুমি বাৰে বাৰে আহি
মোৰ কাষতে ৰ’লে)²
মনতে থকা কথা বোৰ দুচকুৱে হাঁহি সোধে
মই আঁৰে আঁৰে থাকি সোণ জুমি তোমাকে চালে
হিয়াতে জুনুকা মোৰ যোৰকে বাজি উঠে
মোৰ এই মৰমে
তোমাৰেই পৰশত
যুৰীয়া মনৰ পজা সাজিলে
মোৰ এই মৰমে
তোমাৰেই নামতে
ৰঙা গোলাপৰ বাগিচা ফুল বলে

letras aleatórias

MAIS ACESSADOS

Loading...