letras.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

letra de maina maina - zubeen garg

Loading...

মাইনা মাইনা
তুমি মোৰ মনে তৰা
মাইনা মাইনা

তুমি মোৰ নাজী তৰা
মাইনা মাইনা
তুমি মোৰ মনে তৰা
মাইনা মাইনা
তুমি মোৰ নাজী তৰা
মাইনা মাইনা
গোলাপৰে পাহি ধুনিয়া
মাইনা মাইনা
পদুমৰে কলি ধুনীয়া
মাইনা মাইনা
ৰদে বৰষুনে অমিয়া
মাইনা মাইনা
তুমি আকাশ তৰা ভৰা
মাইনা মাইনা
তুমি মোৰ মনে তৰা
মাইনা মাইনা
তুমি মোৰ নাজী তৰা
কওঁ নকওঁ কওঁ নকওঁ
কথা বুকুৰে
চাও নাচাও চাও নাচাও
তোমাৰ চকুলে
কওঁ নকওঁ কওঁ নকওঁ
কথা বুকুৰে
চাও নাচাও চাও নাচাও
তোমাৰ চকুলে
ভয় লাগে কিজানি তুমি নোচোৱা মোলে
আঁতৰাই ৰাখা যদি দূৰতে
হিয়া যদিহে ভাগে তোমাৰে কথাতে
জীয়াই থকাটো হবগৈ যাতনা
মাইনা মাইনা
ৰদে বৰষুনে অমিয়া
মাইনা মাইনা
তুমি আকাশ তৰা ভৰা
মাইনা মাইনা
তুমি মোৰ মনে তৰা
মাইনা মাইনা
তুমি মোৰ নাজী তৰা
ৰাতি দিন দিন ৰাতি
সৰিলা ঘুমটি
কিনো পাপ কৰিলো
নাজানি নুবুজি
ৰাতি দিন দিন ৰাতি
সৰিলা ঘুমটি
কিনো পাপ কৰিলো
নাজানি নুবুজি
যদি দিব পাৰা দিয়াহি মোৰ চকুৰ ঘুমটি
বুকুৰে এধানি শান্তি
যদি লব পাৰা লোৱাহি মোৰ মৰম আঁকোৱালি
লব দিয়া জিৰণি দুবাহুত তোমাৰ
মাইনা মাইনা
তুমি মোৰ মনে তৰা
মাইনা মাইনা
তুমি মোৰ নাজী তৰা
মাইনা মাইনা
তুমি মোৰ মনে তৰা
মাইনা মাইনা
তুমি মোৰ নাজী তৰা
মাইনা মাইনা
গোলাপৰে পাহি ধুনিয়া
মাইনা মাইনা
পদুমৰে কলি ধুনীয়া
মাইনা মাইনা
ৰদে বৰষুনে অমিয়া
মাইনা মাইনা
তুমি আকাশ তৰা ভৰা
মাইনা মাইনা
তুমি মোৰ মনে তৰা
মাইনা মাইনা
তুমি মোৰ নাজী তৰা
মাইনা মাইনা
তুমি মোৰ মনে তৰা
মাইনা মাইনা
তুমি মোৰ নাজী তৰা

letras aleatórias

MAIS ACESSADOS

Loading...